WhatsApp Group
Join Now
Class 12 History Question Answer in Assamese তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Nitid Academy ৰ এই পৃষ্ঠাত Class 12 History Question Answer in Assamese ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ।
আজিৰ আলোচনাত Class 12 History Question Answer in Assamese দ্বাদশ শ্ৰেণীৰ ইতিহাস বা বুৰঞ্জীত থকা অধ্যায়সমূহৰ এটা তালিকা প্ৰকাশ কৰিছো। ইয়াত মুঠ 16 টা অধ্যায় আছে, আমি ইয়াত এই 16 টা অধ্যায়ৰ পাঠ্যপুথিত থকা সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আগন্তুক পৰীক্ষাৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।
Class 12 History Question Answer in Assamese | PDF & MCQs
| ইটা মণি আৰু হাড়বােৰ | |
| ৰজা কৃষক আৰু নগৰসমূহ | |
| স্বজন বৰ্ণ আৰু শ্রেণী | |
| দার্শনিক প্রত্যয় আৰু স্থাপত্য | |
| যুগে যুগে অসম | |
| পর্যটকৰ দৃষ্টিভংগীৰে | |
| ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ | |
| এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ |
| কৃষক, জমিদাৰ আৰু ৰাজ্য | |
| সম্রাট আৰু ইতিহাস | |
| উপনিবেশবাদ আৰু গ্রাম্য সমাজ | |
| বিদ্রোহীসকল আৰু ৰাজ | |
| ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ | |
| মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে | |
| ভাৰত বিভাজন আৰু ৰাজনীতি | |
| ভাৰতীয় সংবিধান সংকলন |


class 12 history 100 importent question answer in assamese medium please send me
I am bikash