আপুনি About Us পৃষ্ঠাৰ জৰিয়তে Nitid Academy নামৰ এই শিক্ষামূলক ৱেবছাইটৰ বিষয়ে জানিব পাৰিব। আমি ইয়াত আপোনালোকৰ সুবিধাৰ বাবে কিছু প্ৰশ্ন উত্তৰ দিব বিচাৰিম।
প্ৰশ্ন ১: Nitid Academy কি?
প্ৰশ্ন ২: Nitid Academy কি কি পাব?
প্ৰশ্ন ৩: Nitid Academy ত কাম কোনে কি অভিজ্ঞতাৰ ভিত্তিত কৰি আছে?
প্ৰশ্ন ৪: Nitid Academy আগলৈ কি কি কৰিব?
About Us | About Nitid Academy
আহক তেন্তে আমি ওপৰত উল্লেখ কৰা প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰি যাওঁ।
Nitid Academy কি?
Nitid Academy মানে এই শিক্ষামূলক ৱেবছাইটে অসমৰ বিভিন্ন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীক সংযোগ কৰাই বিশেষকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূল্যত Study Materials ৰ যোগান ধৰাৰ প্ৰয়াস কৰি আছে।
Nitid Academy কি কি পাব?
এই Nitid Academy ৰ জৰিয়তে আমি Class 12 Assamese Medium, Class 11 Assamese Medium, Class 10 Assamese Medium, Class 9 Assamese Medium, Class 8 Assamese Medium, Class 7 Assamese Medium, আৰু Class 6 Assamese Medium ৰ সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও সকলো PDF Notes বিনামূল্যত যোগান ধৰাৰ চেষ্টা কৰি আছো।
Nitid Academy ত কাম কোনে কি অভিজ্ঞতাৰ ভিত্তিত কৰি আছে?
আগতে উল্লেখ কৰি আহিছো যে অসমৰ বিভিন্ন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলে ইয়াৰ কাম কৰি আছে। আগন্তুক সময়ত আমি আপোনালোকৰ বাবে আমাৰ শিক্ষক শিক্ষয়ত্ৰী (Our Mentors) ৰ তালিকা প্ৰস্তুত কৰি দিম।
Nitid Academy আগলৈ কি কি কৰিব?
এতিয়ালৈকে আমি এই শিক্ষামূলক ৱেবছাইটৰ জৰিয়তে Question Answer, PDF Notes দিয়াৰ ওপৰিও YouTube Video (Nitid Academy YouTube Channel) দিয়াৰ ব্যৱস্থা কৰিছো।
আপুনি আমাৰ YouTube Channel Subscribe কৰিব পাৰে যত অতি সহজভাৱে সকলো বিষয়ৰ অধ্যায় সমূহ আলোচনা কৰা হৈছে।

